জুই আৰু বৰফ (Fire and Ice)
মূল কবি : ৰবাৰ্ট ফ্ৰষ্ট
অনুবাদ : প্ৰশান্ত কুমাৰ বৰা
কোনোবাই কোৱা শুনো অগনিত দহি হেনো
শেষ হ’ব
এদিন এই সেউজ ধৰণী,
কোনোৱে আক’উ
কয় হিমতহে হ’ব লয়
পিছে এটা কথা মই বুজিছো নিশ্চয়কৈ
বাসনাৰ ৰৌদ্ৰতাপ সহা বৰ
টান,
জুইৰ কথা কওঁতাকে সঁচা যেন
লাগে সেয়ে
বাধা দিয়া অসম্ভৱ মনাগ্নিৰ
বাণ।
কিন্তু যদি এবাৰতে অন্ত নাহে জগতলে
0 Comments