জুই আৰু বৰফ (Fire and Ice)
মূলঃ ৰবাৰ্ট ফ্ৰষ্ট
অসমীয়া ভাঙনিঃ বাৎসায়ন
কোনোবাই
কয় এই পৃথিৱী শেষ হ’ব জুইত
কোনোবাই কয় বৰফত৷
য’ত মই লোভত লালায়িত হ’লো
সাৱতিলো জুইৰ পৃষ্ঠপোষকক৷
কিন্তু যদিও দুয়োটাই ঘাটক,
মই চিনি পালো সিমানখিনি বিতৃষ্ণাক
যি কয় বৰফৰ ধবংসই পৰ্যাপ্ত আৰু মহৎ৷
0 Comments