গল্পঃ গছবোৰ / ফ্ৰানজ কাফকা

গছবোৰ

মূলঃ ফ্ৰানজ কাফকা

অনুবাদঃ জ্যোতিশিখা দত্ত

 


আমাৰ বাবে বৰফত থকা স্কন্ধৰ নিছিনা দেখাত লাগে সিহঁত মসৃণ হৈ পৰি আছে আৰু এটা সৰু ঠেলা সিঁহত ঘূৰ্ণমান হবলৈ যথেষ্ট হব নহয়, সেইটো কৰিব নোৱাৰি, সিহঁত ভূমিৰ লগত দৃঢ়ভাৱে যুক্ত হৈ আছে কিন্তু চোৱা, আনকি সেইটোও দেখাত হে লাগে

Post a Comment

1 Comments