‘অনুবাদক’ প্ৰকল্পলৈ আগবঢ়োৱা সাহায্যৰ তালিকা/ List of donors

অনুবাদক প্ৰকল্পক জীয়াই ৰখাৰ বাবে তথা প্ৰকল্পৰ কাম-কাজ কৰি যাওঁতে বিভিন্ন কাৰণত যথেষ্ট টকা-পইচাৰ প্ৰয়োজন হয়। যিহেতু প্ৰকল্পটো ৰাজহুৱা, গতিকে আমি আমাৰ পাঠক তথা শুভাকাংক্ষীসকলক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছিলোঁ। আমাৰ সন্মানীয় পাঠক তথা শুভাকাংক্ষীসকলে আমাক যথেষ্ট সহায় আগবঢ়াইছে। আমি এই পৃষ্ঠাটোত আমালৈ কিমান বৰঙনি উঠিল আৰু সেই বৰঙনিসমূহ কেনেধৰণেৰে খৰচ কৰিছো তাৰ বিতং তালিকা প্ৰদান কৰিম।

আপোনালোকেও যদি আমাক সহায় কৰিব খুজিছে তেন্তে তলৰ ঠিকনাত আপোনালোকে আমালৈ সাহাৰ্য আগবঢ়াব পাৰে।

বৰঙনি

খৰছ

১. গীতাশ্ৰী তামুলী- ১৫০০.০০

২. নিৰ্মালী শইকীয়া- ৫০০.০০

৩. হেমন্ত শৰ্মা তামুলী- ৩০০.০০

৪. অপৰাজিতা গগৈ- ৫০০.০০


১. ২০২১-২২ বৰ্ষৰ বাবে ডমেইন- ১৩০০.০০

২. Post Boosting- ৪০০.০০

 


Post a Comment

0 Comments